Important Notes Part 16 For Assam Direct Recruitment

Assam Career Team

Important Notes Part 16 For Assam Direct Recruitment

1. বিষুৱৰেখাত দুটা দ্à§°াঘিমাংশৰ মাজৰ দূৰত্ব প্à§°ায় 111 কিমি


2. কোন খন দেশক হাজাà§° হ্ৰদৰ ভূমি বুলি কোà§±া হয় ফিনলেণ্ড


3. আন্দামান আৰু নিকোবৰ কোনজলাশয়à§° পৰা পৃথক হৈছে 10 ডিগ্à§°ী চেনেল


4. যি হৈছে বিশ্বৰ সৰ্ববৃহৎ দ্বীপ গোট গ্à§°ীণলেণ্ড


5. চুà§±েজ খালে(The Suez Canal) লোহিত সাগৰ(the Red Sea) আৰু ভূমধ্য সাগৰক (Mediterranean Sea)সংযোগ কৰে


6. কোনখন à§°াজ্যৰ আটাইতকৈ দীঘল উপকূলআছে গুজৰাট।


7. ভাৰতৰ হ্ৰদসমূহৰ চহৰ হৈছে উদয়পুà§°


8. ভাৰতত জনাজাত তিব্বতৰ মাজেà§°ে বৈ যোà§±া চাংপো নদী কি নামেà§°ে জনা যাà§Ÿ ব্ৰহ্মপুত্à§°।


9. সিন্দু উপত্যকাà§° স্থান কালিবাঙ্গা à§°াজস্থানত অৱস্থিত


10 ক'ত আংকোà§° à§±াট মন্দিà§° অৱস্থিত কম্বোডিয়া


11. ভাখৰা বান্ধ ভাৰতত নিà§°্মাণ কৰা হৈছে - সতলজ নদীত।


12. দক্ষিণৰ গংগাক - কাবেà§°ী বুলি জনা যায়


13. কোন নদীত পৃথিà§±ীà§° সৰ্ববৃহৎ নাগাà§°্জুন সাগৰ বান্ধ নিà§°্মাণ কৰা হৈছে কৃষ্ণা


14. গ্à§°েট বেà§°িয়াà§° à§°িফ অৱস্থিত- প্ৰশান্ত মহাসাগৰত


15. পৃথিà§±ীà§° সৰ্ববৃহৎ বদ্বীপ - গঙ্গা-ব্ৰহ্মপুত্à§° বদ্বীপ


16. ভাৰতৰ কোনখন দেশৰ সৈতে আটাইতকৈ দীঘলীয়া আন্তঃà§°াষ্ট্à§°ীয় সীমান্ত আছে বাংলাদেশ।


17. কোনখন à§°াজ্যত বনৰ শতাংশ সৰ্বাধিক - মধ্য প্ৰদেশ


18. ফুলৰ উপত্যকা ক'ত অৱস্থিত উত্তৰাখণ্ড


19. বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত ডেà§°াডুন


20. অলকানন্দাà§° সঙ্গমৰ কেন্দ্à§°: à¦¦েà§± প্ৰয়াগ


Related:

Tags
GK
3/related/default